চিৰাং জিলাত সপ্তাহযোৰা ২৯তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উদযাপন
চিৰাং, সংবাদ ৩৬৫, ২৫ এপ্ৰিলঃ ২৯ তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উপলক্ষে বুধবাৰে পুৱাৰে পৰা চিৰাং জিলাৰ বিভিন্ন স্থানত জিলা পৰিবহন বিভাগ, জিলা প্ৰশাসন আৰু জিলা আৰক্ষীয়ে যৌথভাৱে বিভিন্ন কাৰ্যসুচী ৰূপায়ন কৰে। জিলাখনৰ ছাপাগুৰি অঞ্চল জিলা পৰিবহন বিভাগে পথ সুৰক্ষা সপ্তাহ …