এইবাৰ কোকৰাঝাৰত ভাঙি পেলোৱা হল শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি
কোকৰাঝাৰ, সংবাদ ৩৬৫, ১৪ মাৰ্চ: মঙলবাৰে নিশা দুৰ্বৃত্তই কোকৰাঝাৰ চহৰৰ ৰবীন্দ্ৰ নগৰত থকা শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় বিজেপি কৰ্মীসকলে এই ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰে এই ঘটনাৰ লগত জড়িত …