কলগাছিয়াত পোন প্ৰথমবাৰৰ বাবে মিষ্টাৰ কলগাছিয়া দেহশ্ৰী প্ৰতিযোগিতা
কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১ এপ্ৰিল: বৰপেটা জিলাৰ কলগাছিয়াত শনিবাৰে পোন প্ৰথমবাৰৰ বাবে মিষ্টাৰ কলগাছিয়া দেহশ্ৰী প্ৰতিযোগিতা অনুষ্ঠিত হয়। এনএলএফ জিম কলগাছিয়াৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ১২ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। যুৱচামক উৎসাহিত কৰাৰ উদ্দেশ্য আয়োজন কৰা …