ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহত্যাৰ ভাবুকিৰে ২৭২ জন এছপিঅ জোৱানৰ প্ৰতিবাদ
গুৱাহাটী, সংবাদ ৩৬৫, ২৩ এপ্ৰিলঃ শৰাইঘাটৰ দ্বিতীয় দলঙৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দি আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰি সোমাবাৰে নৱনির্মিত দলঙখনত উপস্থিত হয় ২৭২ গৰাকী এছপিঅ জোৱান। এছপিঅ জোৱান সকলে এক প্ৰতিবাদ সাব্যস্ত কৰি শৰাইঘাটৰ দ্বিতীয়টো দলঙৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দিয়াৰ …