কোকৰাঝাৰত আক্ৰাছুৰ ৰে’লপথ অৱৰোধ : উত্তৰ পূবৰ সৈতে বহি:ৰাজ্যৰ ৰেল যোগাযোগ বিছিন্ন
কোকৰাঝাৰ, সংবাদ ৩৬৫, ৩০ মাৰ্চ: পৃথক কমতাপুৰ ৰাজ্য পুনৰগঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতি কৰণৰ দাবীত আক্ৰাছুৱে শুক্ৰবাৰে পুৱা ৫ বজাৰ পৰা কোকৰাঝাৰ ৰে’ল ষ্টেচনত ৰূপায়ন কৰা ১২ঘন্টীয়া ৰে’লপথ অবৰোধ কাৰ্যসূচীৰ ফলত উত্তৰ পূবৰ সৈতে বহি: ৰাজ্যৰ যোগাযোগ বিছিন্ন হৈ পৰাৰ …