বান্দৰক চিকিৎসা প্ৰদানৰ বাবে তিনি ঘণ্টা ধৰি পশু চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লগা হল এজন যুৱক
গুৱাহাটী, সংবাদ ৩৬৫, ১১ এপ্ৰিলঃ এটা বান্দৰক চিকিৎসা প্ৰদানৰ বাবে তিনি ঘণ্টা ধৰি নিজৰ কোলাত লৈ পশু চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লগা হল এজন যুৱক। মহানগৰীৰ মণি দাস নামৰ এজন যুৱক বুধবাৰে পুৱাৰ ভাগত বান্দৰ এটাৰ চিকিৎসাৰ বাবে হাহাকাৰ …