দুধনৈত আৰক্ষীৰ জালত দুই এনডিএফবি’ৰ কেডাৰ
দুধনৈ, সংবাদ ৩৬৫, ১৫ এপ্ৰিলঃ গোৱালপাৰা জিলাৰ দুধনৈ থানাৰ অন্তৰ্গত আমগুৰি গাঁৱত আৰক্ষী আৰু সেনা বাহিনীয়ে অভিযান চলাই দুজন এনডিএফবি’ৰ কেডাৰ আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষী আৰু সেনা বাহিনীয়ে চিমাং বসুমতাৰী আৰু চালবিচন বসুমতাৰী নামৰ এনডিএফবি’ৰ কেডাৰ দুজনৰ পৰা দেশত …