হোজাইত প্ৰচণ্ড শিলাবৃষ্টি
হোজাই, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ উৰুকাৰ দিনাই হোজাইত হিলডোল ভাঙি আহিল বৰদৈচিলা। শুক্ৰবাৰে হোজাইত প্ৰায় আধাঘণ্টা ধৰি চলা প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত স্তব্ধ হৈ পৰে সমগ্ৰ হোজাই জিলা। শিলাবৃষ্টিয়ে প্ৰচণ্ড গতিত আঘাত কৰে পথৰ দাঁতিত থকা যান বাহন সমূহ।শিলাবৃষ্টিয়ে তচ নচ কৰি …