নাজিৰাত কৃষি প্ৰদৰ্শনীৰ উদ্বোধন
নাজিৰা, সংবাদ ৩৬৫, ১১ এপ্ৰিলঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলে নাজিৰাৰ ৰহদৈপুখুৰীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰৰ জৰিয়তে ৰূপায়িত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ অংশ হিচাপে মঙলবাৰে নাজিৰাৰ বাউলীমৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এখনি কৃষি প্ৰদৰ্শনী …