দলবদ্ধ ধর্ষণকাণ্ডই লজ্জিত কৰিলে লাক্ষীমপুৰক
লাক্ষীমপুৰ, সংবাদ ৩৬৫, ৯ এপ্ৰিলঃ ৰাজ্যত এটাৰ পিছত আনটো ধর্ষণৰ ঘটনাই ৰাজ্যবাসীক লজ্জিত কৰি থকাৰ সময়তে লাক্ষীমপুৰ জিলাৰ নাওবৈচাত সংঘটিত হোৱা এক ধর্ষণকাণ্ডই পুনৰ লজ্জিত কৰিলে অসমবাসীক। লাক্ষীমপুৰ জিলাৰ নাওবৈচাৰ শিঙৰা নৈৰ মাথাউৰিৰ কাষত এগৰাকী ১৪ বছৰীয়া কিশোৰীক পাঁচজনকৈ নৰ পিশাচে ধর্ষণ …