বাক্সাত নৃশংস হত্যাকাণ্ড
বাক্সা, সংবাদ ৩৬৫, ৭ এপ্ৰিলঃ বাক্সা জিলাৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰকুছিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। দুৰ্বৃত্তই ইটাৰে মাৰি আৰু দেগাৰেৰে ঘপিয়াই নৃশংস ভাৱে হত্যা কৰিলে ৪০ বছৰীয়া এজন লোকক। দুৰ্বৃত্তই হত্যাকাণ্ড সংঘটিত কৰি মৃত লোকজনক ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় …