শুক্ৰবাৰে আহিব আলিফা
গুৱাহাটী, সংবাদ ৩৬৫, ৫ এপ্ৰিলঃ শুক্ৰবাৰে ছবি গৃহলৈ আহিব ৬৪তম ৰাষ্ট্ৰীয় ৰজত কমল বটা প্ৰাপ্ত কথাছবি আলিফা। ইতিমধ্যে যোৱা ৩০ মাৰ্চত পশ্চিম বংগত মুক্তি লাভ কৰা ছবিখনে শুক্ৰবাৰে অসমৰ ছবিঘৰলৈ আহিব। অসমৰ চৰ চাপৰি তথা গৰাখহনীয়াগ্ৰস্ত পৰিয়ালৰ কাহিনীৰ আধাৰত নিৰ্মিত দ্বীপ চৌধুৰী …