যোৰহাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱ নিৰ্বাচিত সভাপতিক উষ্ম আদৰণি
যোৰহাটৰ পৰা জুতিকা মহন্ত, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰীঃ শনিবাৰে যোৰহাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱ নিৰ্বাচিত সভাপতি ৰিপুণ বৰাক উষ্ম আদৰণি জনাই যোৰহাট জিলাৰ কংগ্ৰেছৰ কৰ্মকর্তাসকলে। ৰাজ্যত হব লগা আগন্তক পঞ্চায়ত নিৰ্বাচনত কেন্দ্ৰ কৰি শনিবাৰে যোৰহাট জিলাৰ কংগ্ৰেছ ভৱনত অনুষ্ঠিত এক …