দ্বীপৰ বিলত পৰম্পৰাগত মৎস্যচিকাৰ
গুৱাহাটী, ৭ জানুৱাৰী: বছৰৰ প্ৰথমটো দেওবাৰে পক্ষী অভয়াৰণ্য দ্বীপৰ বিলত প্ৰায় ১২ খন গাঁৱৰ ৰাইজে মৎস্যচিকাৰ কৰিলে। দেওবাৰে পুৱা ৩ বজাৰ পৰা দ্বীপৰ বিলত কেইবাশ নাওঁ লৈ ৰাইজৰ মৎস্যচিকাৰ। পুহ মহীয়া জাৰত কুঁৱলীয়ে আগুৰি থকা দ্বীপৰ বিলত ১২ খন গাঁৱৰ ৰাইজৰ নাওঁ লৈ মৎস্যচিকাৰ কৰা …