নগাঁৱৰ পুৰণিগুদামত অবৈধ কাঠৰ মিল উৎসত
নগাঁও, ২ জানুৱাৰী: নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত পুৰণিগুদামৰ চলচলীত বন বিভাগে অভিযান চলাই মঙলবাৰে দুটাকৈ অবৈধ কাঠৰ মিল উৎসত কৰে। শালনা আঞ্চলিক বন বিষয়া নেপাল মণ্ডল আৰু কে কে দেউৰীৰ নেতৃত্বত বন বিভাগৰ এটা দলে পুৰণিগুদামৰ …