পদপথত থকাসকলক কামাখ্যা দেৱালয়ৰ কম্বল বিতৰণ
গুৱাহাটী, ১১ জানুৱাৰীঃ পুহ মহীয়া হাড় কপোৱা জাৰত পদপথত থকাসকলক অলপ সকাহ দিলে কামাখ্যা দেৱালয়ে। গৰম কাপোৰ বিতৰণ কৰি পদপথত বাস কৰা সকলক জাৰৰ পৰা ৰক্ষা কৰাৰ প্ৰচেষ্টা কামাখ্যাৰ। পুহ মহীয়া হাড় কঁপাই তোলা জাৰত পথৰ ওপৰত বাস কৰা এই …