কলগাছিয়াৰ কৰাৰকুৰত বেঁকী ব্ৰিজৰ এপ্ৰোচ নিৰ্মাণত গৌতম কনষ্ট্ৰাকচনৰ ব্যাপক দূৰ্নীতি
কলগাছিয়াৰ পৰা স্বফিকুল হাছান, ১৯ ডিচেম্বৰঃ এইবাৰ বাৰিষা আহিলেই নৈৰ বুকুত বিলীন হব বৰপেটা জিলাৰ এখন দলঙৰ এপ্ৰোচ আৰু পথ কাৰণ ঠিকাদাৰে অধিক মুনাফাৰ লোভত আঁচনি মতে কৰা নাই দলঙখনৰ এপ্ৰোচ আৰু পথৰ কাম। বঙাইগাঁও জিলাৰ পৰা বৰপেটা হৈ গুৱাহাটীলৈ …