ধুবুৰী জিলাৰ গৌৰীপুৰত মুকলি আকাশৰ তলত পাঠদান
গৌৰীপুৰৰ পৰা আবুল কালাম আজাদ, ১৪ ডিচেম্বৰঃ তৃতীয় পৰ্যায়ৰ গুণোৎসৱকলৈ ৰাজ্যৰ শিক্ষা বিভাগে চলিছে ব্যাপক প্ৰস্তুতি কিন্তু তাৰ মাজতে ধুবুৰী জিলাৰ গৌৰীপুৰত দৃষ্টি গোচৰ হৈছে শিক্ষা বিভাগৰ এক দুখলগা ছবি। এফালে গুণোৎসৱ পাতি শিক্ষা বিভাগে শিক্ষাৰ মানদণ্ড উন্নত কৰিব বিচাৰিছে আৰু …