মানৱ শৃংখল অনুষ্ঠান ৰূপায়ন কৰি ৰাহুল গান্ধীক অভিনন্দন জ্ঞাপন
সংবাদ ৩৬৫, ১১ ডিচেম্বৰঃ ৰাহুল গান্ধীক নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰাত সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছ কৰ্মীসকলে “মানৱ শৃংখল” অনুষ্ঠান ৰূপায়ন কৰি ৰাহুল গান্ধীক অভিনন্দন জ্ঞাপন কৰে। অসমতো মহানগৰীৰ গুৱাহাটীৰ লগতে ৰাজ্য বিভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মীসকলে “মানৱ শৃংখল” অনুষ্ঠান …