অৰুণাচল প্ৰদেশৰ চিয়াং নৈৰ পানীত চিমেণ্ট
অৰুণাচল প্ৰদেশ, ২৮ নৱেম্বৰঃ চীনৰ দক্ষিণ তিব্বতৰ পৰা অৰুণাচল প্ৰদেশত চিয়াং নাম লৈ অসমলৈ অহা ব্ৰহ্মপুত্ৰৰ ওপৰত নামি আহিছে সংকট। অৰুণাচল প্ৰদেশত চিয়াং নৈত এক অস্বাভাৱিক পৰিৱৰ্তন প্ৰলক্ষিত হৈছে। শুকাবলৈ ধৰিছে চিয়াং নৈ, লেতেৰা হৈ পৰিছে চিয়াংৰ পানী, চিয়াংৰ পানীত মিহলি …