টিংখাঙৰ ৰাজগড়ত কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ: মুখ্যমন্ত্রীৰ প্ৰতিকৃতি দাহ
টিংখাং, ২৯ নৱেম্বৰ: টিংখাঙৰ ৰাজগড়ত আজি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ধৈৰ্য কোঁৱৰে গণমুক্তি সংগ্ৰাম সমিতিৰ আহ্বায়ক বেদান্ত লষ্কৰ আৰু সৰ্বক্ষণ কৰ্মী গোপী শইকীয়াৰ মুক্তিৰ দাবীত এই …