ৰাণীৰ খেতিপথাৰত উদ্যোগ স্থাপনৰ বিৰোধিতা স্থানীয় খেতিয়কৰ
মিৰ্জা, ২৪ অক্টোবৰঃ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টি আৰু পলাশবাৰী বিধান সভা সমষ্টিৰ সীমান্তৱৰ্তী ৰাণীত উদ্যোগ স্থাপনৰ বিৰুদ্ধে খেতিয়কে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ছয়ানী মৌজাৰ লোচনা লাটৰ তাৰাপতি লোচনা গাঁৱত উদ্যোগ স্থাপনৰ বাবে একাংশ দালালে প্ৰায় ৫০ বিঘা …