অভয়াৰণ্যত ৩৪ খন দেশৰ মহিলা বক্সাৰ
মায়ং, ২৩ নৱেম্বৰঃ গুৱাহাটীৰ চলি থকা যুৱ মহিলা বিশ্ব বক্সিঙ প্ৰতিযোগিতাত ভাগ লবলৈ অহা ৩৪ খন দেশৰ মহিলা বক্সাৰ আজি পুৱা উপস্থিত হয় পবিতৰা অভয়াৰণ্যত। ৩৪ খন দেশৰ মুঠ ৭০ গৰাকী মহিলা বক্সাৰ আৰু প্ৰতিযোগিতাৰ লগত জড়িত বিভিন্ন দেশৰ কৰ্মকৰ্তা …