War Against Drugs : দীঘলসাকোবাসী ৰাইজৰ ড্ৰাগছৰ বিৰোধী অভিযানক প্ৰশংসা ড০ দিব্যজ্যোতি শইকীয়াৰ
তিনিচুকীয়া, ১৭ জুন, ২০২৪ : ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল তিনিচুকীয়াৰ বাৰেকুৰী দীঘলসাকোবাসী ৰাইজ। দীঘলসাকোবাসী ৰাইজৰ ড্ৰাগছৰ বিৰোধী সবল পদক্ষেপক প্ৰশংসা ড০ দিব্যজ্যোতি শইকীয়াৰ (Dibyajyoti Saikia)। বৰ্তমান সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ ভিন্ন অঞ্চলৰ যুৱ প্ৰজন্ম পৰিছে ড্ৰাগছৰ কবলত। বিশেষকৈ …