Football : আই এছ এলত দ্ৰুত ১০ টা গ’ল আলাউদ্দিনৰ : নৰ্থ ইষ্ট ইউনাইটেডৰ ড্ৰ
নিউজ ডেস্ক, ৯ নৱেম্বৰ, ২০২৪ : চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত (ISL) গ’লৰ বন্যা বোৱাই ইতিমধ্যে কেবাটাও অভিলেখ গঢ়া লগতে অনবদ্য গৌৰৱৰ যাত্ৰা অব্যাহত ৰখা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ তাৰকা আলাউদ্দিন আজাৰায়ে শুকুৰবাৰে আন এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম …