War Against Drugs : গোপন চেম্বাৰৰ পৰা উদ্ধাৰ ১০৫ কোটি টকা মূল্যৰ হেৰ’ইন
শিলচৰ, ১৯ মে’, ২০২৪ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। ড্ৰাগছ বিৰোধী অভিযান চলাই কাছাৰ আৰক্ষীয়ে পুনৰ লাভ কৰিছে এক বৃহৎ সাফল্য। ড্ৰাগছ বিৰোধী অভিযান চলাই কাছাৰ আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ ড্ৰাগছ (Drugs Seized)। জব্দকৃত ড্ৰাগছখিনিৰ …