Assam Jatiya Parishad : উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি অসম জাতীয় পৰিষদৰ
গুৱাহাটী, ১৭ অক্টোবৰ, ২০২৪ : নাগৰিকত্ব আইনৰ ৬ক ধাৰাক সাংবিধানিক বৈধতা প্ৰদান কৰি আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ে (Supreme Court) প্ৰদান কৰা ৰায়ক আদৰণি জনাইছে অসম জাতীয় পৰিষদে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিযোগে উচ্চতম …