আজিৰ নিয়োগ বাৰ্তা

In তথ্য-সঁফুৰা
  • অসম লোকসেৱা আয়োগৰ জৰিয়তে সহকাৰী অভিযন্তা আৰু শিক্ষা বিষয়াৰ মুঠ ৩২টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ৩০ মে’
    সবিশেষ যোগাযোগঃ www.apsc.nic.in

 

  • ভাৰত চৰকাৰৰ অধীনস্থ পৱনহংসত শিক্ষা নবিচৰ মুঠ ২৮টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ৩০ মে’
    সবিশেষ যোগাযোগঃ www.pawanhans.co.in

 

  • অসম আৰক্ষীৰ সীমান্ত সংস্থাত পৰিদৰ্শকৰ ১টা, উপ-পৰিদৰ্শকৰ ১১৩টা, হেড কনিষ্টবলৰ ৪৩টা আৰু কনিষ্টবলৰ ৬৬টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ২০ জুন
    সবিশেষ যোগাযোগঃ www.assampolice.gov.in

 

  • সশস্ত্ৰ সীমা বল (SSB)ত ৩৫৫টা কনিষ্টবলৰ পদত নিযুক্তি৷ ক্ৰীড়া ক্ষেত্ৰৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব
    আৱেদনৰ অন্তিম তাৰিখঃ ২০ জুন
    সবিশেষ যোগাযোগঃ www.ssbrectt.gov.in

 

  • অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানত ষ্টেট প্ৰজেক্ট মেনেজাৰ (ম’বিলাইজেচন), কাউন্সেলিঙৰ ১টা, প্ৰজেক্ট মেনেজাৰ- আই টিৰ ১টা, একাউণ্টছ এছিষ্টেণ্টৰ ২টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ৩১ মে’
    সবিশেষ যোগাযোগঃ www.asrims.assam.gov.in

 

  • ভাৰতীয় ৰিজাৰ্ভ বেংকত খালী অফিচাৰ গ্ৰেড বিৰ মুঠ ১৬১টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ২৩ মে’
    সবিশেষ যোগাযোগঃ www.rbi.gov.in

 

  • পাব্লিক হেল্থ ইঞ্জিনীয়াৰিঙ বিভাগত সহকাৰী অভিযন্তাৰ ২৪টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ৩১ মে
    অনলাইন আৱেদনৰ ৱেবছাইটঃ www.apsc.nic.in
    সবিশেষ যোগাযোগঃ অতিৰিক্ত সচিব,অসম লোকসেৱা আয়োগ, জৱাহৰনগৰ, খানাপাৰা, গুৱাহাটী-৭৮১০২২

 

  • গুৱাহাটীৰ কাহিলীপাৰাস্থিত কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত জুনিয়ৰ এছিষ্টেণ্টৰ ৮৩টা আৰু এছিষ্টেণ্ট ষ্টোৰ কীপাৰৰ মুঠ ৬টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ২৬ মে’
    সবিশেষ যোগাযোগঃ www.dteassam.in

 

  • গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত প্ৰধান বন সংৰক্ষক আৰু মুখ্য বন বাহিনীৰ কাৰ্যালয়ৰ অধীনত মুঠ ১৩২টা পদত নিযুক্তি আৱেদনৰ অন্তিম তাৰিখঃ ২৬ মে’
    সবিশেষ যোগাযোগঃ www.assamforest.in আৰু ফোন নং ৭০৮৬০-৯৩২৩৮, ৭৫৭৮৯-৪১০০৩

 

  • দিল্লী পাব্লিক স্কুল, অ’ এন জি চি নাজিৰাৰ ফালৰ পৰা ৮টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ২২ মে’
    সবিশেষ যোগাযোগঃ www.dpsnazira.net

 

  • ইণ্ডিয়ান অইল কৰ্প’৸ৰেচনৰ হালদিয়া ৰিফাইনেৰীত খালী জুনিয়ৰ ইঞ্জিনীয়াৰিং এছিছটেন্ট আৰু জুনিয়ৰ মেটেৰিয়েল এছিছটেণ্ট তথা জুনিয়ৰ কোৱালিটী কন্ট্রল এনালিষ্টৰ ৭৪টাকৈ পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ২৯ মে’
    সবিশেষ যোগাযোগঃ www.iocl.com

 

  • ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ সংস্থা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ কৰ্ণাটকৰ মাষ্টাৰ কন্ট্রোল ফেচিলিটীত শিতানৰ ২২টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ ২৩ মে’
    সবিশেষ যোগাযোগঃ www.mcf.gov.in

Comments

comments

You may also read!

দেৱশীষ গগৈৰ হত্যাৰ উচিত তদন্ত বিচাৰি দেবেৰাপাৰ আৰক্ষী চকীত কেইবাশতাধিক ৰাইজৰ ভিৰ

মৰিয়নীৰ পৰা বিৰেন তাঁতী, সংবাদ ৩৬৫, ৩১ মে' : সামান্য এটা দুর্ঘটনাক কেন্দ্ৰ কৰি যোৰহাট জিলাৰ মৰিয়নীত দেৱশীষ গগৈ

Read More...

পুনৰ গণপ্ৰহাৰৰ বলি হ’ল এজন যুৱক

যোৰহাট, সংবাদ ৩৬৫, ৩১ মে' : সধাৰণ কথা এটাক কেন্দ্ৰ কৰি এজন লোকৰ ওপৰত জপিয়াই পৰে কেইবাজনো লোক। সৰু

Read More...

বঙাইগাঁও জিলাত আই, মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি

বঙাইগাঁও, সংবাদ ৩৬৫, ৩০ মে' :  বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত বৃদ্ধি পাইছে আই, মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ।জিলাখনৰ অভয়াপুৰীৰ

Read More...

Mobile Sliding Menu