মিৰ্জা, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ দক্ষিণ কামৰূপৰ মিৰ্জাত মঙলবাৰে সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন বাইক আৰোহী দুর্ঘটনাস্থলীতে নিহত হয়। স্থানীয় লোকে জানিবলৈ দিয়ে যে এখন দ্ৰুতবেগী ট্ৰেভেলাৰে এমএল-১১-২৪৬০ নম্বৰৰ বাইকখনক মহতিয়াই নিয়াৰ ফলত বাইকখৰন চালকজন থিতাতে নিহত হয়। পথদুর্ঘটনাত নিহত হোৱা যুৱকজনৰ পৰিচয় বৰ্তমানেও জানিব পৰা নাই ।