দাম কমিছে সোণ আৰু ৰূপৰ মূল্য

In ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৭ নৱেম্বৰ : আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পাইছে সোণ আৰু ৰূপৰ মূল্য। যাৰ প্ৰভাৱ পৰিছে ভাৰতবৰ্ষতো।

অসমৰ গুৱাহাটী মহানগৰতো বুধবাৰে ১০ গ্ৰাম সোণৰ পূৰ্বৰ মূল্যৰ ৩৯,৮০০ৰ বিপৰীতে হয়গৈ ৩৯,৬৫০ টকা।

ইফালে দিল্লীতো প্ৰতি কিলোগ্ৰাম ৰূপত হ্ৰাস পাইছে ৯০৬ টকা পর্যন্ত। সেইদৰে প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পাইছে প্ৰায় ৩০১ টকা পৰ্যন্ত ।

Comments

comments

You may also read!

কোকৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিংৰ আয়োজন

কোকৰাঝাৰ, সংবাদ ৩৬৫, ১২ নৱেম্বৰ : সোমবাৰৰ পৰা বিটিচিৰ পৰ্যটন বিভাগৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ বাওখু্গ্ৰীৰ দাংদুফুৰত পৃথিৱীৰ ১০ খন

Read More...

ব্ৰিক্স শিখৰ সন্মিলনত ভাগ ল’বৰ বাবে দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ব্ৰাজিললৈ ৰাওনা মোডীৰ

নতুন দিল্লী, ১২ নৱেম্বৰ: ব্ৰাজিলৰ ৰাজধানী ব্ৰিক্সত অহা ১৩-১৪ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া ১১ সংখ্যক ব্ৰিক্স শিখৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ

Read More...

লাডেনৰ পৰা কৃষ্ণ

গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ১২ নৱেম্বৰ : লাডেনৰ পৰা কৃষ্ণ হ'ল গোৱালপাৰাত যোৱা ৫ বছৰে সন্ত্ৰাস চলাই

Read More...

Mobile Sliding Menu