গুৱাহাটী : উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ আব্ৰল আৰু বিভিন্ন কোম্পানীৰ বিষয়াসকলৰ পোছাক ডিষ্ট্রিবিউটৰ সংস্থা খুশী এণ্টাৰপ্ৰাইজ বন্তি প্ৰজ্বলন কৰি প্ৰদৰ্শনীৰ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বাৰ্মাই কয় যে অসম আৰু উত্তৰ-পূবৰ লোকসকলক প্রদর্শনী তথা বিক্রীত মণ্টি কার্লোৱে তেওঁলোকৰ ফেশ্বনেবল পোছাক প্রদান কৰি অহা সুখী কম্বল, বেডশ্বীট, টাৱেল, থার্মাল, মোজা আদি এণ্টাৰপ্ৰাইজে গুৱাহাটীৰ এটি ৰোডত প্ৰদৰ্শন কৰে। মণ্টি কাৰ্লোৰ (হাউচ অফ মণ্টি থকা হোটেল বিশ্বৰত্নত এদিনীয়া কাৰ্যসূচীৰে কার্লো) ক্ল’ক আৰু ডেকাৰছ শীতকালীন প্ৰদৰ্শনীৰ আয়োজন কৰে।

অনুষ্ঠানটোত সুখী পোছাক, কার্ডিগান, কুটি, চুৱেটাৰ, জেকেট, এণ্টাৰপ্ৰাইজেছৰ মুৰব্বী অজয় বাৰ্মা আৰু মণ্টি লোৱাৰ্ছ, কেপ, মাফলাৰ আদি প্ৰদৰ্শন কৰে। কার্লো ফেশ্বন লিমিটেডৰ উপ-সভাপতি অমন আনহাতে আমুল স্পোটছ আৰু আমুল ফ্লোৰিঅ’ই পুৰুষৰ আভ্যন্তৰীণ পোছাক আৰু থার্মেল পাৰ্ক এভিনিউৰ অধীনত লেগিংছ আৰু লাউঞ্জ পোছাক, টপ, পাৰফিউম, ডিওডোৰেণ্ট, টাই, বেল্ট, লাউঞ্জ ৱেৰ আৰু আনুষঙ্গিক সামগ্রী প্ৰদৰ্শন কৰে। টি-চাৰ্ট, মাৰ্কা দিছাটিৰ জেকেট, ৰেডনৰ বিভিন্ন শ্বক, ইঅছ জিনছ, চফিয়াৰ কিছ ৱেৰ, আমুল কেণ্ডি ফ্লছৰ কিডছ ৱেৰ, কেজুৱেল ফ্ৰম কেজুৱেল আৰু অন্যান্য প্রখ্যাত ব্লেণ্ডে তেওঁলোকৰ শীতকালীন পোছাক প্রদর্শন কৰিছিল।

মহিলা, পুৰুষ আৰু শিশুৰ বাবে পৃথক পৃথক শাখাত পোছাক প্ৰদৰ্শন কৰা হৈছে। তেওঁ কয় যে এই প্রদর্শনী তথা বিক্রীত অসমৰ বিভিন্ন জিলাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বহু ডিলাৰ উপস্থিত থাকে। সকলোৱে খুশী এণ্টাৰপ্ৰাইজৰ অধীনত বিভিন্ন ব্ৰেণ্ডৰ শেহতীয়া পোছাকৰ প্ৰশংসা কৰে আৰু যোগানৰ বাবে আগতীয়াকৈবুকিং কৰে। বাৰ্মাই কয় যে খুশী এণ্টাৰপ্ৰাইজে সদায় পৰিৱৰ্তনশীল সময়ৰ সৈতে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক শেহতীয়া ফেশ্বনৰ পোছাক প্ৰদান কৰিবলৈ চেষ্টা কৰে আহিছে।