Meji : অপায় অমংগল দূৰ কৰা আৰু মানৱ জাতিৰ মংগল কামনাৰে মেজিত অগ্নি সংযোগ

গুৱাহাটী, ১৪ জানুৱাৰী, ২০২৬ : ৰাজ্যজুৰি মাঘ বিহু (Magh Bihu) উপলক্ষে উখল মাখল পৰিৱেশ। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় ভোগৰ উৎসৱ ভোগালী, ইয়াৰ অনা এটা নাম মাঘ বিহু (Magh Bihu)। মাঘ বিহুৰ আগদিনা উৰুকাৰ নিশা মেজিৰ …

New Delhi : মঙলবাৰৰ পৰা নতুন দিল্লীত ইণ্ডিয়া অপেন বেডমিণ্টন

নিউজ ডেস্ক, ১৩ জানুৱাৰী, ২০২৬ : নতুন দিল্লীৰ ইন্দিৰা গান্ধী (Indira Gandhi) ইনড’ৰ ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হ’ব য়নেক্স ছানৰাইজ ইণ্ডিয়া অ’পেন বেডমিণ্টন-২০২৬৷ মুঠ ৯ লাখ ৫০ হাজাৰ ডলাৰ প্ৰাইজমানিৰ বি ডব্লিউ এফ ৱল্ডৰ্ ট্যুৰৰ অন্যতম প্ৰতিযোগিতাখনত বিশ্বৰ সকলো শীৰ্ষস্থানৰ …

Cricket : নামিবিয়াৰ বিৰুদ্ধে মহিলাৰ প্ৰীতি ক্ৰিকেট শৃংখলাত অসম ২-০ত জয়ী

গুৱাহাটী, ১২ জানুৱাৰী, ২০২৬ : উত্তৰ গুৱাহাটীৰ (North Guwahati) ফুলুংস্থিত এচিএ ক্ৰিকেট একাডেমী খেলপথাৰত দেওবাৰে হোৱা দ্বিতীয়খন এদিনীয়া খেলত ৮ উইকেটত জয়লাভেৰে নামিবিয়াৰ বিৰুদ্ধে মহিলা ক্ৰিকেটৰ দুখন খেলৰ ছিৰিজত অসমে ২-০ ব্যৱধানত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে। মঙলদৈত শনিবাৰে প্ৰথম খেলত অসম …

Novotel Guwahati : নভোটেল গুৱাহাটীত ‘ফ্লেভাৰ্ছ অব আছাম’ৰ অসমীয়া খাদ্যৰ সৈতে বিশেষ আপ্যায়নৰ ব্যৱস্থা

গুৱাহাটী, ১১ জানুৱাৰী ২০২৬ : নভোটেল গুৱাহাটীত মাঘ বিহু উদযাপন। ‘ফ্লেভাৰ্ছ অব আছাম’ৰ জৰিয়তে অসমীয়া খাদ্যৰ (Authentic Assamese dinner) সৈতে বিশেষ আপ্যায়নৰ ব্যৱস্থা। ১৪ আৰু ১৫ জানুৱাৰীত ‘দ্য স্কোৱাৰ’ত প্ৰামাণিক অসমীয়া নৈশ আহাৰৰ সোৱাদ ল’ব পাৰিব গ্ৰাহকে। ভোগালীৰ উছাহৰ মাজতে …

GMDA : জি এম ডি এৰ সৈতে অংশীদাৰিত্বৰে শ্ৰদ্ধাঞ্জলি কাননত মুকলি পূৰবী ডেইৰীৰ নতুন বুথ

গুৱাহাটী, ১০ জানুৱাৰী, ২০২৬ : মহানগৰীৰ জনসাধাৰণৰ মাজত স্বাস্থ্যসন্মত তথা সুলভ মূল্যৰ দুগ্ধজাত সামগ্ৰীৰ যোগান অধিক সুচল কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত মুকলি কৰা হ’ল পূৰবী ডেইৰীৰ (Purabi Dairy) এটা নতুন বুথ। পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল) …

Guwahati : গুৱাহাটীত নতুন ডিচপ্লে চেন্টাৰ উদ্বোধন কৰি উত্তৰ-পূবত শক্তিশালী উপস্থিতি স্থাপন কৰিলে গুনেবো চেফ ষ্ট’ৰেজে

গুৱাহাটী, ৯ জানুৱাৰী, ২০২৬ : বিশ্বৰ আগশাৰীৰ শাৰীৰিক সুৰক্ষা সমাধান প্ৰদানকাৰী কোম্পানী গুনেবোৱে উত্তৰ-পূব ভাৰতত (North-East India) নিজৰ উপস্থিতি আৰু অধিক শক্তিশালী কৰিছে। অসমৰ গুৱাহাটীত এটা নতুন ডিচপ্লে চেন্টাৰ উদ্বোধন কৰি কোম্পানীয়ে এই অঞ্চলৰ ব্যৱসায়ী, সোণৰ দোকানী, বিত্তীয় প্ৰতিষ্ঠান আৰু …

Film Festival : পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৬ লৈ নিৰ্বাচিত অসমৰ যৌথ উদ্যোগত নিৰ্মিত ভাৰত-ইজৰাইলৰ আন্তঃৰাষ্ট্ৰীয় ছবি

গুৱাহাটী, ৯ জানুৱাৰী, ২০২৬ : অসমৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে এক গৌৰৱোজ্জ্বল অধ্যায় সূচনা কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে অসমৰ যৌথ উদ্যোগত নিৰ্মিত ভাৰত-ইজৰাইলৰ এক অনন্য সৃষ্টি। পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (পিআইএফএফ) ২০২৬ৰ ‘গ্লোবেল চিনেমা’ শিতানত প্ৰদৰ্শনীৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে …

Tea : মুকলি হ’ল ‘দ্য গাৰ্ডেনাৰ’ আৰু ‘আমচৈ’; দেশজুৰি পেকেট চাহৰ বজাৰত পদাৰ্পণ মা কামাখ্যা এছ’চিয়েটছৰ

গুৱাহাটী, ৮ জানুৱাৰী, ২০২৬ : চাহ খেতি আৰু উৎপাদনৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ আধাৰত মা কামাখ্যা এছ’চিয়েটছে মুকলি কৰিছে ‘দ্য গাৰ্ডেনাৰ’ আৰু ‘আমচৈ’ (Amsoi) নামৰ দুটাকৈ বিশেষ পেকেট চাহৰ ব্ৰেণ্ড। সুস্বাদু চাহৰ এই নতুন সম্ভাৰেৰে প্ৰতিষ্ঠানটোৱে সংগঠিত চাহ খণ্ডত নিজৰ ব্যৱসায়িক উপস্থিতিক …

Peerless Hospital : পিয়াৰলেচ হাস্পতাল গুৱাহাটীৰ সুলভ চিকিৎসা সেৱা সম্প্ৰসাৰণত বিশেষ গুৰুত্ব

গুৱাহাটী, ৭ জানুৱাৰী, ২০২৬ : স্বাস্থ্য সেৱাৰ মানদণ্ড আৰু সুলভ চিকিৎসাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ (North-Eastern) চিকিৎসাখণ্ডত এক নতুন আশাৰ সঞ্চাৰ কৰিছে পিয়াৰলেচ হাস্পতাল গুৱাহাটীয়ে। চিকিৎসালয়খনে মঙলবাৰে যোৱা ছয় মাহত অৰ্জন কৰা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিসমূহৰ বিতং তথ্য সদৰী কৰাৰ লগতে ২০২৬ …

NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাবে প্ৰথমবাৰ আলিপুৰদুৱাৰ মণ্ডলৰ দ্বাৰা ‘ইট ৰাইট কেম্পাছ’ প্ৰমাণপত্ৰ অৰ্জন

নিউজ ডেস্ক, ৬ জানুৱাৰী, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ (Alipurduwar) মণ্ডলে খাদ্য সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত এক উল্লেখনীয় সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই মণ্ডলৰ অধীনত এটা ৰে’লৱে ষ্টেচন আৰু তিনিটাকৈ প্ৰতিষ্ঠানিক সা-সুবিধাক ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষৰ …