Barshapara : বৰ্ষাপাৰাত বৈভৱ-বিৰাটৰ খেল উপভোগ কৰিব অনুষ্কাই
গুৱাহাটী, ৯ এপ্ৰিল, ২০২৬ : চলিত ১৯ সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) গুৱাহাটীত অনুষ্ঠিত হোৱা তিনিখন হাইভল্টেজ মেচৰ অন্তিমখন খেলত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে মুখামুখি হ’ব৷ চমকপ্ৰদ প্ৰদৰ্শনৰে জয়ৰ হেট্ৰিক অৰ্জন কৰি ছিজনৰ প্ৰত্যাশিত আৰম্ভনি কৰা …