NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰু আইআইটি গুৱাহাটীৰ দ্বাৰা মালবাহী ৱাগনৰ ড’ৰ লক নিৰীক্ষণৰ বাবে এআই-ভিত্তিক নিৰীক্ষণ ব্যৱস্থাৰ ওপৰত সহযোগিতা 

নিউজ ডেস্ক, ৭ নৱেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী প্ৰযুক্তি উদ্ভাৱন আৰু উন্নয়ন ফাউণ্ডেচন (আইআইটিজি টিআইডিএফ)ৰ মাজত এক সহযোগিতামূলক পদক্ষেপ ৰূপে, ৬ নৱেম্বৰ, ২০২৫ তাৰিখে মালিগাঁওস্থিত (Malegaon) উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ মহাপ্ৰৱন্ধকৰ সভাকক্ষত এক …

Special Train : চাৰিযোৰ উৎসৱ বিশেষ ৰে’লৰ সময়সীমাৰ সম্প্ৰসাৰণ

নিউজ ডেস্ক, ৬ নৱেম্বৰ, ২০২৫ : যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে চলিত বৰ্ষৰ নৱেম্বৰ মাহত চাৰিযোৰ উৎসৱ (Festival) বিশেষ ৰে’লৰ সেৱাসমূহ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বিশেষ ৰে’লসমূহৰ ভিতৰত আছে ৰে’ল নং ০৫৯৫২/০৫৯৫১ (নিউ তিনিচুকীয়া-এছএমভিটি বেংগালুৰু-নিউ তিনিচুকীয়া), …

NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ৬৮ তম পুৰুষ আৰু ৪৮ তম মহিলা সৰ্বভাৰতীয় আন্তঃৰে’লৱে বাস্কেটবল চেম্পিয়নশ্বিপৰ আয়োজন

নিউজ ডেস্ক, ৫ নৱেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাৰ (এনএফআৰএছএ)ৰ দ্বাৰা আয়োজিত ৬৮ তম পুৰুষ আৰু ৪৮ তম মহিলা সৰ্বভাৰতীয় আন্তঃৰেলৱে বাস্কেটবল (Basketball) চেম্পিয়নশ্বিপ, ২০২৫ ৰ আয়োজন কৰিছে। এই চেম্পিয়নশ্বিপ মালিগাঁৱৰ এনএফআৰএছএ ইনড’ৰ ষ্টেডিয়ামত ৩ …

NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা আৰাৰিয়া-গলগলিয়া খণ্ডত ৰে’লৱে বৈদ্যুতিকৰণৰ  কাম সফলতাৰে সম্পন্ন

নিউজ ডেস্ক, ৪ নৱেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰধান মুখ্য বৈদ্যুতিক অভিযন্তা (পিচিইই)য়ে ৩০ অক্টোবৰ ২০২৫ তাৰিখে কাটিহাৰ মণ্ডলৰ অধীনৰ আৰাৰিয়া আৰু আৰাৰিয়া কোৰ্টৰ পৰা বিবিগঞ্জ খণ্ড পৰ্যন্ত ৬৭.১৮৬ ৰুট কিলোমিটাৰ (আৰকেএম) আৰু ৮২.৬৯৮ ট্ৰেক কিলোমিটাৰ (টিকেএম) সামৰি লোৱা …

NF Railway : নাবালকসকলৰ সুৰক্ষা আৰু যাত্ৰী কল্যাণ নিশ্চিত কৰাৰ দিশত সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আৰপিএফৰ

নিউজ ডেস্ক, ৩ নৱেম্বৰ, ২০২৫ : অসুৰক্ষিত ৰে’লযাত্ৰীসকলৰ সুৰক্ষা আৰু মানৱ সৰবৰাহৰ (Human Trafficking) বিৰুদ্ধে যুঁজ দিয়াৰ এক সুদৃঢ় প্ৰচেষ্টাৰ দিশত, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) ২৫ অক্টোবৰৰ পৰা ৩০ অক্টোবৰ ২০২৫ ৰ ভিতৰত উল্লেখযোগ্য সফলতা লাভ কৰিছে। …

NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা বিশাখাপট্টনম-বব্বিলি খণ্ডত ইন্টাৰ-জোনেল সুৰক্ষা অডিট সম্পাদন

নিউজ ডেস্ক, ২ নৱেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱে, মালিগাঁৱৰ (Maligaon) পৰা প্ৰধান মুখ্য সুৰক্ষা বিষয়া উত্তম প্ৰকাশৰ নেতৃত্বত এক উচ্চপৰ্যায়ৰ সুৰক্ষা অডিট টীমে, চাউথ কোষ্ট ৰে’লৱেৰ (এছচিঅ’আৰ) অধীনস্থ বিশাখাপট্টনম মণ্ডলৰ বিশাখাপট্টনম-বব্বিলি খণ্ডত গুৰুত্বপূৰ্ণ ৰে’লৱে প্ৰতিষ্ঠান, ষ্টেচন আৰু লেভেল ক্ৰছিংসমূহত সুৰক্ষা …

E-Went : ই-ৱেণ্টে বিভিন্ন টু-হুইলাৰ প’ৰ্টফলিঅ’ৰ সৈতে নিজৰ ইভি উপস্থিতি শক্তিশালী কৰিছে ৰাইডাৰসকলক সশক্ত কৰা, টেকসইতাৰ প্ৰচাৰ আৰু ভাৰতৰ বিভিন্ন ভূখণ্ডত গতিশীলতাৰ পুনৰ সংজ্ঞা দিয়া

গুৱাহাটী, ১ নৱেম্বৰ, ২০২৫ : ছাৰাওগী ই-ভেঞ্চাৰছৰ ইলেক্ট্ৰিক (Electric) ম’বিলিটি উদ্যোগ ই-ৱেণ্টে ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা ইভি টু-হুইলাৰ বজাৰত নিজৰ অৱস্থান শক্তিশালী কৰিছে, য’ত নিৰ্ভৰযোগ্যতা, সুৰক্ষা আৰু দৈনন্দিন ব্যৱহাৰৰ বাবে ডিজাইন কৰা এক বৈচিত্ৰময় লাইনআপ অন্তৰ্ভুক্ত কৰা হৈছে। টেকসই গতিশীলতা …

Vision 2032 : ট্ৰেন্সমিছন সম্প্ৰসাৰণ আৰু বিনিয়োগে উন্নত ভাৰতক শক্তি প্ৰদান কৰিব-ছাদ্দাফ আলম, শক্তি খণ্ডৰ বিশেষজ্ঞ

নিউজ ডেস্ক, ১ নৱেম্বৰ, ২০২৫ : গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ ভাবুকি সমগ্ৰ বিশ্বতে এক ভাগ-বতৰা চিন্তাৰ বিষয় হৈ পৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে (India) ২০৩২ চনৰ ভিতৰত ৬০০ গিগাৱাটতকৈ অধিক নবীকৰণযোগ্য শক্তি উৎপাদনৰ এক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে। …

Railway Minister : ৰে’লমন্ত্ৰীয়ে ভৈৰৱী-ছাইৰাং আৰু আৰাৰিয়া-গলগলিয়া নতুন ৰে’লপথ প্ৰকল্পৰ সৈতে জড়িত টীমসমূহক সন্মানিত কৰে

নিউজ ডেস্ক, ৩১ অক্টোবৰ, ২০২৫ : ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে চলিত বৰ্ষৰ ২৯ অক্টোবৰত নতুন দিল্লীৰ ৰে’লৱে ব’ৰ্ডত (Railway Board) অনুষ্ঠিত এক অনুষ্ঠানত ভৈৰৱী-ছাইৰাং আৰু আৰাৰিয়া-গলগলিয়া নতুন ৰে’লপথ প্ৰকল্পৰ সফল সম্পূৰ্ণতাৰ আঁৰত থকা ৰে’লৱে টীমসমূহক সন্মানিত কৰে। এই অনুষ্ঠানত ৰে’লৱে ব’ৰ্ডৰ …

Dhemaji : ধেমাজিৰ কুলাজানত নতুন বাল্ক মিল্ক কুলাৰ স্থাপন কৰি দুগ্ধ সংগ্ৰহৰ নেটৱৰ্ক শক্তিশালীকৰণ পূৰবী ডেইৰীৰ

গুৱাহাটী, ৩০ অক্টোবৰ, ২০২৫ : পূব অসমত দুগ্ধ সংগ্ৰহৰ নেটৱৰ্ক আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় দুগ্ধ ব্ৰেণ্ড পূৰবী ডেইৰীয়ে (Purabi Dairy)। দুগ্ধ প্ৰতিষ্ঠানখনে শেহতীয়াকৈ ধেমাজি জিলাৰ কুলাজানত স্থান কৰিছে এটা অত্যাধুনিক  নতুন বাল্ক …