Upper Assam : উজনি অসমত পূৰবী ডেইৰীৰ সম্প্ৰসাৰণ আৰম্ভ; যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজিত তিনিখন দুগ্ধ প্ৰকল্পৰ ভূমি পূজন সম্পন্ন
যোৰহাট, ৮ মাৰ্চ, ২০২৬ : অসমৰ সমবায় দুগ্ধ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত গ্ৰহণ কৰা এক উল্লেখনীয় পদক্ষেপৰ অংশ হিচাপে যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজিত তিনিখনকৈ নতুন দুগ্ধ সংসাধন প্ৰকল্পৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন সম্পন্ন কৰে পূৰবী ডেইৰীয়ে (Purabi Dairy)। এই …