NF Railway : ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চিমেণ্ট পৰিবহণত অভূতপূৰ্ব বৃদ্ধি
নিউজ ডেস্ক, ১৯ এপ্ৰিল, ২০২৬ : ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ টাৰ্মিনেলসমূহত ৰে’ল যোগে চিমেণ্ট কাৰ্গো (Cement Cargo) পৰিবহণ আৰু লোডিং-আনলোডিঙৰ দিশত এক অভূতপূৰ্ব অগ্ৰগতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই সময়ছোৱাত চিমেণ্টৰ অন্তৰ্মূখী পৰিবহন ৭.৮ শতাংশ বৃদ্ধি …