SBI : এছ বি আই জেনেৰেল ইঞ্চুৰেন্সৰ সুৰক্ষা কৱচ : ভাৰতৰ ডিজিটেল নাগৰিকসকলৰ বাবে সৰ্বাংগীন তথা সহজলভ্য চাইবাৰ নিৰাপত্তা নিশ্চিতকৰণৰ বিশেষ পদক্ষেপ
গুৱাহাটী, ৩০ ডিচেম্বৰ, ২০২৫ : ভাৰতৰ ডিজিটেল (Digital) পৰিৱেশতন্ত্ৰ এতিয়া পূৰ্বতকৈ বহু বেছি সক্ৰিয় হৈ পৰিছে। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ (এম অ’ এছ পি আই) তথ্য অনুসৰি, দেশৰ ৮৫ শতাংশতকৈও অধিক পৰিয়ালৰ হাতত বৰ্তমান স্মাৰ্টফোন আছে আৰু যুৱ প্ৰজন্মৰ …