Tea Tribes : চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে গুৱাহাটীত অনুষ্ঠিত হ’ব ‘সুৰ সংগম’ৰ গ্ৰেণ্ড ফাইনেল
গুৱাহাটী, ৯ ফেব্ৰুৱাৰী, ২০২৬ : চাহ বাগিচা (Tea Garden) অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থকা সংগীতৰ প্ৰতিভা অন্বেষণ আৰু তেওঁলোকক সঠিক দিশ নিৰ্দেশনা প্ৰদানৰ বাবে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ সংগীত প্ৰতিযোগিতা ‘সুৰ সংগম-টি গাৰ্ডেন ষ্টুডেণ্ট টেলেণ্ট হাণ্ট’ৰ গ্ৰেণ্ড ফাইনেল অহা ১০ ফেব্ৰুৱাৰীত …