Fake Currency : ৭৬ হাজাৰ ৫০০ টকাৰ জাল নোটসহ জালত পৰিল জাল নোট চক্ৰৰ সদস্য
চামগুৰি, ৪ জানুৱাৰী, ২০২৪ : জাল নোট চক্ৰৰ বিৰুদ্ধে আৰক্ষী অভিযান। জালত পৰিল জাল নোট চক্ৰৰ দুজন সদস্য (Two Arrested With Fake Currency)। ৭৬ হাজাৰ ৫০০ টকাৰ জাল নোটসহ জালত পৰিল জাল নোট চক্ৰৰ সদস্য দুজন। জব্দ জাল নোট তৈয়াৰ …