War Against Drugs : মহানগৰীত ১২ কোটি টকা মূল্যৰ ড্ৰাগছসহ আটক গৰৈমাৰীৰ দুজন যুৱক
গুৱাহাটী, ২৮ এপ্ৰিল, ২০২৪ : ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। এছ টি এফ বাহিনীৰ অভিযানত ১২ কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ জব্দ (Drugs Seized)। আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী। এখন বাহনত অতি কৌশলেৰে লুকুৱাই আনিছিল বুজন পৰিমাণৰ ড্ৰাগছ। ধৃত ড্ৰাগছ …