First Phase Voting : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুত শিৱসাগৰ জিলা প্ৰশাসন
শিৱসাগৰ, ১৮ এপ্ৰিল, ২০২৪ : দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ (General Election) শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ৷ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণকলৈ সাজু হৈ উঠিছে শিৱসাগৰ জিলা প্ৰশাসন। শুকুৰবাৰে অসমৰ পাঁচটাকৈ লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ …