Guwahati Railway Station : গুৱাহাটী ৰে’ল ষ্টেচনত বিশ্বমানৰ এগজিকিউটিভ লাউঞ্জ মুকলি
গুৱাহাটী, ২৩ ডিচেম্বৰ, ২০২৩ : শেহতীয়াকৈ উত্তৰ পূব সীমান্ত ৰে’লৱেই (NF Railway) গুৱাহাটী ৰে’ল ষ্টেচনৰ প্লেটফৰ্ম নং ১ ৰ গ্ৰাউণ্ড ফ্লোৰত এটা নতুন বিশ্বমানৰ এগজিকিউটিভ লাউঞ্জ মুকলি কৰিছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে মুখ্য কাৰ্যালয় আৰু মণ্ডলৰ …