NF Railway : ডিব্ৰুগড়-ছেকেন্দ্ৰাবাদৰ মাজত বিশেষ ৰে’লৰ চলাচলৰ সময়সীমা বৃদ্ধি
নিউজ ডেস্ক, ১৩ মে, ২০২৪ : ডিব্ৰুগড়-ছেকেন্দ্ৰাবাদৰ মাজত বিশেষ ৰে’লৰ (Special Rail) চলাচলৰ সময়সীমা বৃদ্ধি। নিউ জলপাইগুড়ী আৰু হাওড়াৰ মাজত আন এখন চুপাৰফাষ্ট বিশেষ ৰে’ল। যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, বিশেষ ৰে’ল নং. ০৭০৪৬/০৭০৪৭ (ছেকেন্দ্ৰাবাদ-ডিব্ৰুগড়-ছেকেন্দ্ৰাবাদ)ৰ সেৱা অব্যাহত ৰখাৰ বাবে …