Hockey : অস্মিতা পূব মণ্ডল হকী লীগ : উৰিষ্যা-মিজোৰামৰ বৃহৎ জয়
গুৱাহাটী, ২২ ডিচেম্বৰ, ২০২৫ : গুৱাহাটীৰ (Guwahati) ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈয়বুল্লাহ হকী ষ্টেডিয়ামত দেওবাৰৰ পৰা অস্মিতা পূব মণ্ডল হকী লীগ আৰম্ভ হৈছে৷ প্ৰতিযোগিতাখনৰ উদ্বোধনীৰ দিনটোত অনুষ্ঠিত ছাব-জুনিয়ৰ শাখাৰ দুখন মেচত উৰিষ্যা আৰু মিজোৰামৰ ছোৱালী দলে বৃহৎ ব্যৱধানত জয় সাব্যস্ত কৰে৷ …