Daikin : ডাইকিন ইণ্ডিয়াক ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ
গুৱাহাটী, ১৪ মাৰ্চ, ২০২৬ : ডাইকিন ইণ্ডিয়াক শেহতীয়াকৈ সৰ্বাধিক শক্তি-দক্ষ কোঠাৰ এয়াৰ কণ্ডিচনাৰৰ বাবে ৰাষ্ট্ৰপতি (President) দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা ২০২৫ৰে সন্মানিত কৰে। ডাইকিন ইণ্ডিয়াই তৃতীয় বাৰৰ বাবে এই স্বীকৃতি লাভ কৰিছে। জাপানৰ ডাইকিন ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ১০০ শতাংশ …