Bee Attack : নাগ্ৰিজুলীৰ ভাওৰাগুৰি গাঁৱত বৰ-মৌৰ আক্ৰমণত নিহত এজন লোক
তামুলপুৰ, ৫ নৱেম্বৰ, ২০১৩ : এক শোকাবহ ঘটনা। বৰ-মৌৰ আক্ৰমণত নিহত হৈছে এজন লোক (One Killed)। কচু আনিবলৈ যাওঁতে লোকজনক আক্ৰমণ কৰে বৰ-মৌৰ জাকে। আহত লোকজনক উন্নত চিকিৎসাৰ বাবে ৰঙিয়ালৈ নি থকা অৱস্থাত আধা বাটতে লোকজন মৃত্যুক আঁকোৱালি লয়। ঘটনাক …