Bribe : উৎকোচ লৈ পুনৰ এজন লাট মণ্ডল পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত
শোণিতপুৰ, ৭ ফেব্ৰুৱাৰী, ২০২৪ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। চৰকাৰী কৰ্মচাৰীজনে ২ হাজাৰ টকা …