JSW : জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াই মুকলি কৰিছে সম্পূৰ্ণ নতুন হেক্টৰ

গুৱাহাটী, ১৬ ডিচেম্বৰ, ২০২৫ : আকৰ্ষণীয় ডিজাইন, অতুলনীয় আৰাম, অগ্ৰণী প্ৰযুক্তি আৰু এছ ইউ ভি ছেগমেণ্টত ডাইনামিক ড্ৰাইভিং অভিজ্ঞতাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ চিহ্নিত কৰি জে এছ ডব্লিউ এম জি মটৰ (MG Motors) ইণ্ডিয়াই আজি নতুন এম জি হেক্টৰ মুকলি …

Sonu Nigam : মায়াবিনী গীত গাই জুবিন গাৰ্গক আৱেগিক শ্ৰদ্ধাঞ্জলি প্ৰদান চনু নিগমৰ

গুৱাহাটী, ১৫ ডিচেম্বৰ, ২০২৫ : গুৱাহাটীত (Guwahati) প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে স্বনামধন্য সংগীতজ্ঞ চনু নিগমৰ একক লাইভ কনচাৰ্ট ‘দীৱানা তেৰা’ ট্যুৰ। অনুষ্ঠানৰ পূৰ্বে চনু নিগমে কয়, “অসম বেলেগ। ইয়াত পৰিবেশন কৰাৰ অৰ্থ হ’ল জ্ঞানী আৰু সংগীতপ্ৰেমী মানুহৰ সন্মুখত পৰিবেশন …

Maligaon : মালিগাঁৱস্থিত নেতাজী বিদ্যাপীঠ ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন

গুৱাহাটী, ১৪ ডিচেম্বৰ, ২০২৫ : শৈক্ষিক আন্তঃগাঁথনি উন্নয়নৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে মালিগাঁৱৰ নেতাজী বিদ্যাপীঠ ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২০ টা নতুন কোঠাৰে সৈতে এটা অতিৰিক্ত দুমহলীয়া ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন …

Special Train : ৰে’ল যাত্রীৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৱান ৱে বিশেষ ৰে’ল 

নিউজ ডেস্ক, ১৩ ডিচেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ৰে’লযাত্রীৰ চাহিদাৰ ওপৰত ভিত্তি কৰি এই অঞ্চলত সুগম ৰে’লযাত্ৰা আৰু উন্নততৰ যোগাযোগ ব্যৱস্থা নিশ্চিত কৰাৰ অৰ্থে মুঠ ৫ (পাঁচ) খন ৱান ৱে বিশেষ ৰে’ল চলাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। …

Under The Saal Tree : পোন্ধৰ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা আণ্ডাৰ দা চাল‌ ট্ৰি নাট সমাৰোহত তিনিখন নাটক প্ৰদৰ্শিত হ’ব

গোৱালপাৰা, ১২ ডিচেম্বৰ, ২০২৫ : বিগত বৰ্ষত ৰূপালী জয়ন্তী অতিক্ৰম কৰা ‘বাদুংদুপ্পা কলাকেন্দ্ৰ‌’ই এই দীঘলীয়া সময়ছোৱাত নিৰন্তৰ নাট্য চৰ্চা কৰি আহিছে। এই নাট্যচৰ্চা অভিনৱ আৰু সুকীয়া বুলি ইতিমধ্যে স্বীকৃত হৈছে। বছৰৰ আটাইকেইটা দিনেই এটা কেন্দ্ৰত থাকি প্ৰতিদিনেই নাট (Drama) অভ্যসন …

Darjeeling Himalayan Railway : দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ ঐতিহ্য আৰু সমাজিক একতা উদযাপনেৰে ঘুম উৎসৱ ২০২৫ ৰ সফল সমাপ্তি  

নিউজ ডেস্ক, ১১ ডিচেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ সভাপতিত্বত দাৰ্জিলিং হিমালয়ান ৰে’লৱেই এক ভব্য সমাপনী অনুষ্ঠানৰ জৰিয়তে ঘুম উৎসৱ ২০২৫ সফলতাৰে সম্পূৰ্ণ কৰিছে। এই বৰ্ষৰ এই উৎসৱটোৱে এতিয়ালৈকে এক অন্যতম সফল কাৰ্যসূচী ৰূপে …

Radisson Blu : ৰেডিচন ব্লু, গুৱাহাটীত উত্তৰ-পূবৰ সৰ্ববৃহৎ স্তম্ভবিহীন কনভেনচন চেণ্টাৰৰ উপস্থাপন।

গুৱাহাটী, ১০ ডিচেম্বৰ, ২০২৫ : নিজৰ অতিথি-সেৱা প’ৰ্টফ’লিঅ’ বিস্তাৰ কৰিবলৈ ধৰ্মপাল সত্যপাল গ্ৰুপ (DS Group), যি এগৰাকী শ্ৰেষ্ঠ এফএমচিজি সংঘবদ্ধ কোম্পানী আৰু বহু-ব্যৱসায়িক সংস্থা, উত্তৰ-পূবত থকা নিজৰ বিদ্যমান সম্পত্তি ৰেডিচন ব্লু গুৱাহাটীত গুৰুত্বপূর্ণ উন্নয়নৰ জৰিয়তে অতিথি-সেৱা বিস্তাৰৰ কৌশলগত ঘোষণা দিছে। …

NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা দাৰ্জিলিং হিমালয়ান ৰে’লৱে পৰিদৰ্শন

নিউজ ডেস্ক, ১০ ডিচেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ (Darjeeling Himalayan Railway) এক বিস্তৃত পৰ্যালোচনা আৰু পৰিদৰ্শন কৰে। তেওঁৰ এই যাত্ৰাৰ উদ্দেশ্য আছিল ইউনেস্কোৰ এই বিশ্ব ঐতিহ্য ৰে’লৱেৰ পৰিচালন দক্ষতা, ঐতিহ্য সংৰক্ষণ আৰু …

Balipara Foundation : ১০ আৰু ১১ ডিচেম্বৰত গুৱাহাটীত বালিপাৰা ফাউণ্ডেচনৰ ১৩ সংখ্যক বাৰ্ষিক আন্তৰ্জাতিক অধিবেশন ‘পূৱ হিমালয় প্ৰকৃতিবিজ্ঞান মঞ্চ-২০২৫’

গুৱাহাটী, ৯ ডিচেম্বৰ, ২০২৫ : অহা ১০ আৰু ১১ ডিচেম্বৰত দেশৰ অগ্ৰনী প্ৰাকৃতিক সংস্থা বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীৰ চাৰিখন উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠান ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয় (Gauhati University), আই আই টি গুৱাহাটী, কটন বিশ্ববিদ্যালয় আৰু অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত ১৩ সংখ্যক …

NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা সুৰক্ষা, কাৰ্যদক্ষতা আৰু বিশ্বমানৰ নিউ জলপাইগুড়ী ষ্টেচনৰ ওপৰত বিশেষ গুৰুত্ব সহকাৰে ব্যাপক নিৰীক্ষণ সম্পন্ন 

নিউজ ডেস্ক, ৮ ডিচেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱ, মালদা-নিউ জলপাইগুড়ী খণ্ডৰ ব্যাপক নিৰীক্ষণ সম্পন্ন কৰে। এই নিৰীক্ষণত ৰে’লপথ, চিগনেল, ষ্টেচন, লোকো শ্বেড আৰু অন্যান্য আন্তঃগাঁথনি অন্তৰ্ভুক্ত আছিল। তেওঁৰ লগত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ …