PMFBY : পি এম এফ বি ৱাইৰ শস্য বীমা সপ্তাহত অংশগ্ৰহণ এছ বি আই জেনেৰেল ইন্স্যুৰেন্সৰ
নিউজ ডেস্ক, ৭ ডিচেম্বৰ, ২০২৫ : প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ (পি এম এফ বি ৱাই) অধীনত আগন্তুক শস্য বীমা সপ্তাহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৈতে অংশীদাৰিত্ব কৰিছে ভাৰতৰ অন্যতম আগশাৰীৰ সাধাৰণ বীমাকৰ্তা এছ বি আই …