New Jalpaiguri : নিউ জলপাইগুড়ী ষ্টেচনত দুটা নতুন প্লেটফৰ্মৰ সংযোজন

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰী, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) কাটিহাৰ মণ্ডলৰ নিউ জলপাইগুড়ী ষ্টেচনত দুটা নতুন প্লেটফৰ্মৰ নিৰ্মাণ কৰিছে। এই যাত্ৰীমুখী পদক্ষেপে ষ্টেচনটোৰ আন্তঃগাঁথনিত এক গুৰুত্বপূৰ্ণ উন্নয়নৰূপে পৰিগণিত হোৱাৰ লগতে ইয়াৰ লক্ষ্য হৈছে যাত্ৰীসকলৰ সুবিধা বৃদ্ধি, সুগমভাৱে উঠা-নমাৰ …

Rail Budget : ৰে’ল বাজেটত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ১১,৪৮৬ কোটি টকাৰ আৱন্টন

নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰী, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) অধীনৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে ভাৰতীয় ৰে’লৱেৰ ২০২৬-২০২৭ বৰ্ষৰ বাজেটৰ আৱন্টনে এক ঐতিহাসিক সফলতা চিহ্নিত কৰিছে। ভাৰত চৰকাৰে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে এক অভিলেখ সংখ্যক ১১,৪৮৬ কোটি …

NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ৮ জন নাবালকৰ সৈতে ১২ জন ব্যক্তিক সফলতাৰে উদ্ধাৰ

নিউজ ডেস্ক, ২ ফেব্ৰুৱাৰী, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ নেটৱৰ্কৰ সমগ্ৰতে ৰে’লৱে সুৰক্ষা বাহিনীৰ (RPF) সতৰ্ক অভিযানৰ জৰিয়তে যাত্ৰী সুৰক্ষা আৰু মানৱীয় সাহায্য নিশ্চিত কৰিবলৈ তেওঁলোকৰ সমৰ্পিত প্ৰয়াস অব্যাহত ৰাখিছে। ২৪ আৰু ২৮ জানুৱাৰী তাৰিখৰ মাজত, ৰে’লৱে সুৰক্ষা বাহিনীৰ …

NF Railway : ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৰুত্বপূৰ্ণ অভিযান্ত্ৰিক আৰু সুৰক্ষা সফলতাৰ অভিলেখ

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী, ২০২৬ : ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বৰ্তমানলৈকে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰে’লৱে আন্তঃগাঁথনিৰ বিকাশ আৰু সুৰক্ষা বৃদ্ধিত যথেষ্ট অগ্ৰগতি লাভ কৰিছে, যিয়ে অঞ্চলটোত সুৰক্ষিত, নিৰ্ভৰযোগ্য আৰু যাত্ৰী-অনুকূল ৰে’ল সেৱাসমূহ (Rail Service) প্ৰদানৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতিকেই পুনৰ নিশ্চিত কৰি …

NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেত ছয়টা নতুন ৰে’লপথ প্ৰকল্পৰ অনুমোদন 

নিউজ ডেস্ক, ৩১ জানুৱাৰী, ২০২৬ : ভাৰতীয় ৰে’লৱেই (Indian Railway) উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত ছয়টা গুৰুত্বপূৰ্ণ নতুন ৰে’ল পথ প্ৰকল্পৰ অনুমোদন প্ৰদান কৰিছে, যি উত্তৰ বংগ আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱে আন্তগাঁথনিৰ শক্তিশালীকৰণ আৰু সংযোগ ক্ষমতা উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। …

NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেত উন্নত চিকিৎসা ব্যৱস্থা আৰু নৱনিৰ্মিত ওৱাৰ্ড সমূহৰ দ্বাৰা স্বাস্থ্যসেৱাৰ মান উন্নতকৰণ

নিউজ ডেস্ক, ৩০ জানুৱাৰী, ২০২৬ : ৰে’লৱে কৰ্মচাৰী আৰু সাধাৰণ জনতাৰ বাবে স্বাস্থ্যসেৱা (Healthcare) উপলব্ধতা অধিক শক্তিশালী কৰাৰ লক্ষ্যেৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধিক্ষেত্ৰৰ অন্তৰ্গত চিকিৎসা আন্তঃগাঁথনিৰ উন্নয়ন আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা প্ৰসাৰৰ বাবে একাধিক সক্ৰিয় উদ্যোগ …

Indian Railway : ভাৰতীয় ৰে’লৱেৰ দ্বাৰা অসম, পশ্চিমবংগ আৰু বিহাৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৮২ টা ষ্টেচনত ২০২ টা অতিৰিক্ত ষ্টপেজৰ অনুমোদন 

নিউজ ডেস্ক, ২৯ জানুৱাৰী, ২০২৬ : এক গুৰুত্বপূৰ্ণ যাত্ৰীকেন্দ্ৰিক পদক্ষেপৰূপে ভাৰতীয় ৰে’লৱেই অসম, পশ্চিমবংগ আৰু বিহাৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৮২ টা ষ্টেচনত ২০২ টা অতিৰিক্ত ৰে’ল ষ্টপেজৰ অনুমোদন প্ৰদান কৰিছে। এই অতিৰিক্ত হল্টসমূহ পৰীক্ষামূলক ভিত্তিত অনুমোদিত হৈছে, যাৰ …

Film Festival : কাহিনী নহয়, চলচ্চিত্ৰৰ গভীৰতাক উপলব্ধি কৰিব পৰা একমাত্ৰ মঞ্চ হ’ল চলচ্চিত্ৰ মহোৎসৱ : জি এ এফ এফত মন্তব্য গিৰীশ কাছাৰাৱল্লীৰ

গুৱাহাটী, ২৮ জানুৱাৰী, ২০২৬ : চলচ্চিত্ৰক কেৱল বিনোদনৰ মাধ্যম হিচাপে নহয়, বৰঞ্চ এক গভীৰ সামাজিক আৰু দাৰ্শনিক দাপোণ হিচাপে স্বীকৃতি প্ৰদানেৰে গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (GAFF)ৰ দ্বিতীয় সংস্কৰণত অনুষ্ঠিত হ’ল এক ব্যতিক্ৰমী বৌদ্ধিক আলোচনা। এই অনুষ্ঠানতে কিংবদন্তি ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা …

Ajit Pawar : মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্ক, ২৮ জানুৱাৰী, ২০২৬ : মহাৰাষ্ট্ৰৰ (Maharashtra) উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু। এন চি পিৰ মুৰব্বী অজিত পাৱাৰ আৰু নাই। মহাৰাষ্ট্ৰৰ বৰামাটিত এক বিমান দুৰ্ঘটনাত মৃত্যু হয় এন চি পিৰ মুৰব্বী তথা মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ। …

Guwahati : গুৱাহাটীক খাদ্য আৰু আতিথ্য উদ্যোগৰ আঞ্চলিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে নৰ্থ-ইষ্ট ফুডটেক ২০২৬ ৰ বিশেষ প্ৰস্তুতি

গুৱাহাটী, ২৭ জানুৱাৰী ২০২৬ : পূৰ্বৰ সফল সংস্কৰণসমূহৰ ধাৰাবাহিকতা ৰক্ষা কৰি উত্তৰ-পূৰ্বাঞ্চলৰ (North-Eastern) খাদ্য, বেকাৰী আৰু আতিথ্য খণ্ডৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে আয়োজন কৰা হৈছে পঞ্চম সংখ্যক নৰ্থ-ইষ্ট ফুডটেক ২০২৬। অহা ২৯ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত …